-->

Trending Jobs

     Telegram Update:Join Now
     Whatsapp Update:Join Now
     Android Application:Download

ট্ৰাম্পৰ ভ্ৰমণৰ সময়তে দিল্লীত CAA বিৰোধী উত্তাল প্ৰতিবাদ, হেড কনিষ্টবলৰ মৃত্যু, আহত DCP, ১৪৪ ধাৰা জাৰি


আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়তে দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। আন্দোলনৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয়।

ক্ৰমাৎ হিংসাত্মক ৰূপ লোৱা প্ৰতিবাদত এগৰাকী আৰক্ষীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। । আনহাতে প্ৰতিবাদৰ সময়ত গুৰুতৰ ভাবে আহত হয় DCP অমিত শৰ্মা। ইতিমধ্যে অঞ্চলজুৰি ১৪৪ ধাৰা বলৱৎ কৰা হৈছে। হেড কনিষ্টবলৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

Iklan Atas Artikel

---

Iklan Tengah Artikel 1

Post Middle Ad 02( Adsense )

Iklan Bawah Artikel