-->

Trending Jobs

     Telegram Update:Join Now
     Whatsapp Update:Join Now
     Android Application:Download

বন্ধ নহয় অসম চৰকাৰৰ নিযুক্তি প্ৰক্রিয়া - কি কলে ডঃ হিমন্ত বিশ্ব শৰ্মই

Notification
বন্ধ নহয় অসম চৰকাৰৰ নিযুক্তি প্ৰক্রিয়া
কি কলে ডঃ হিমন্ত বিশ্ব শৰ্মই

অসম চৰকাৰৰ নতুন নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰচাৰিত হৈ আছে কিছু ভুৱা বাতৰি। নিযুক্তি সন্দৰ্ভত স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী (ডঃ হিমন্ত বিশ্ব শৰ্মা) ডাঙৰীয়াৰ এটা ভিডিও ক্লিপ তলত দিয়া হল

What'sApp Alert - Join Now

বন্ধ হব নেকি অসমত চৰকাৰী চাকৰিৰ নিযুক্তি ? 

ইফালে ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজ্যৰ নিৱনুয়াৰ সংখ্যা। বহিৰাজ্যত কৰ্মৰত শ্ৰমিক সকল ওভতি অহাৰ ফলত আৰু অধিক নিবনুৱা সমস্যা বৃদ্ধি পাব।

আজিৰ সংবাদ মেলত চৰকাৰী নিয়োগ সম্পৰ্কত কি কলে মাননীয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই...
আজি কেইবাদিনো ধৰি চৰকাৰী চাকৰি সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বিতৰ্কিত বাতৰি প্ৰচাৰ কৰি আহিছে। আজি এক সংবাদমেলত অসমৰ মাননীয় বৃত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ভুৱা তথ্য নস্যাৎ কৰি কয় যে আমি সকলো কাম চলাই যাব লাগিব।

● অহাকালি ঘোষণা কৰা হব স্বাস্থ্য বিভাগৰ ৪৫২ টা পদৰ ফলাফল। (DHS Results)

● এইকেইদিনত ওলাব নতুন প্ৰায় ১,০০০ পদৰো বিজ্ঞাপন।

● এই পদবোৰৰ বাবে ইতিমধ্যে বিত্ত বিভাগে অনুমোদন দিছে।

● সকলো বিভাগত খালী হোৱা পদবোৰৰ নিয়োগ চলি থাকিব বুলি মন্তব্য কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Iklan Atas Artikel

---

Iklan Tengah Artikel 1

Post Middle Ad 02( Adsense )

Iklan Bawah Artikel