Assam Govt Scheme 2020 | Mukhyamantri Gramya Paribohon Achoni 2020 | Application Form

Notification
Mukhyamantri Gramya Paribohon Achoni 2020

গ্ৰাম্য সংযোগ আৰু যাতায়ত উন্নত কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত অসমৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰায় ১০ হাজাৰ বাহন বিতৰণ কৰা হব।  আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । আবেদনৰ বিষয়ে সবিশেষ তলত জনোৱা হৈছে।সম্পূৰ্নকৈ পঢ়ক আৰু যিসকলে আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব।


এই আঁচনিত কি কি সুবিধা দিয়া হব:

মুখ্য মন্ত্ৰী,সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ঘোষণা কৰা অনুসৰি উক্ত আঁচনিৰ অধীনত 10,000 গাওঁ সামৰি লোৱা হব ।  আৰু প্ৰতিখন গাওঁৰ এটা হিতাধিকাৰী নাইবা পঞ্জীভুক্ত আত্মসহায়ক গোটে এই আচনিৰ সুবিধা লাভ কৰিব পাৰিব। বাহনখনৰ ব্যয়ৰ 25% লৈকে ৰাজসাহায্য সাহায্য প্ৰদান কৰা হব। 

যোগ্যতা:

◆ আবেদনকাৰী / এছএইচজি [self-help group (SHG)] সেই ভিলেজৰ অন্তৰ্ভুক্ত হ'ব লাগিব যাৰ বাবে তেওঁ আৱেদন কৰি আছে। 
◆ আবেদনকাৰীৰ (01/01/2020ৰ অনুসৰি) বয়স 21 বছৰতকৈ কম আৰু 40 বছৰৰ অধিক হব নোৱাৰিব ।
◆ এটা পৰিয়ালৰ কেৱল এজনেহে আচনিৰ বাবে যোগ্য হ'ব।
◆ আবেদনকাৰীৰ  (Light  Motor  Vehicle) ৰ এটা বৈধ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব।
◆ বাছনি কৰা হিতাধিকাৰী/এছএইচজি-ক  [self-help group (SHG)] বাহনখনৰ ব্যয়ৰ বেলেন্স পৰিমাণ পৰিশোধৰ ব্যৱস্থা কৰাৰ পিছত ৰাজসাহায্য প্ৰদান কৰা হ'ব ।
◆ বাহনখনৰ ব্যয়ৰ 25% লৈকে অৰু সৰ্বোচ্চ ১ লাখ টকালৈ ৰাজসাহায্য সাহায্য প্ৰদান কৰা হব। 


আবেদন প্ৰক্ৰিয়া: অফলাইন

আবেদন কিদৰে কৰিব:
 
ইচ্ছুক প্ৰাৰ্থীসকলে তলৰ লিংকত গৈ ফৰ্মখন ডাউনলোড কৰি লব । ডাউনলোডৰ পাছত ফৰ্মখন ফিলআপ কৰি প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে আপোনাৰ নিজ নিজ জিলাত থকা ডিটি অফিচত জমা দিব লাগিব ।

Advertisement / Application form: ClickHere
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download