দেশৰ ১৫টা স্থানত কৰিব পাৰিব কৰোণা ভাইৰাছৰ পৰীক্ষা, অসমৰ ক’ত উপলব্ধ এই সুবিধা?


চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে। ভাৰতবৰ্ষৰো এতিয়া প্ৰায় সকলো ঠাইতে সতৰ্কতা অৱলম্বন কৰা হৈছে। ভাৰতবৰ্ষত এতিয়ালৈকে তিনিজন লোক কৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। এই আটাইকেইজন ৰোগী কেৰালাৰ। কেন্দ্ৰীয় চৰকাৰে দেশৰ ১৫টা স্থানত কৰোণা ভাইৰাছ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে।
fff
দেশৰ এই সমূহ স্থানত কৰিব পাৰিব কৰোণা ভাইৰাছৰ পৰীক্ষা:


নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজী, পুণে–এক্সপ্ৰেছ লেৱ

বাংগালুৰু মেডিকেল কলেজ এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউট, বাংগালুৰু।

এন আই বি বাংগালুৰু ফিল্ড ইউনিট, বাগালুৰু।

অখিল ভাৰতীয় আয়ুবিজ্ঞান সংস্থা, নতুন দিল্লী।

কিংগ ইনষ্টিটিউট অৱ প্ৰিভেণ্টিভ মেডিচিন এণ্ড ৰিচাৰ্ছ, চেন্নাই।

নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজী ফিল্ড ইউনিট, কেৰালা

নেচনেল ইনষ্টিটিউট অৱ কলেৰা এণ্ড এণ্টেৰিকা ডিজিজ, কলিকতা।
fff
সবাই মান সিং মেডিকেল কলেজ, জয়পুৰ।

কস্তুৰবা হস্পিতাল ফ’ৰ ইনফেক্স ডিজিজ, মুম্বাই।

কিংগ জাৰ্জ মেডিকেল বিশ্ববিদ্যালয়, লক্ষ্ণৌ।

গান্ধী মেডিকেল কলেজ, চিকন্দৰলাদ, তেলেংগনা।

ইন্দিৰাগান্ধী মেডিকেল গভাৰ্নমেণ্ট, নাগপুৰ।

বীজে মেডিকেল কলেজ, আহমেদাবাদ।

গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটী।

নেচনেল চেণ্টাৰ ফ’ৰ ডিজীজ কণ্ট্ৰ’ল, নতুন দিল্লী।
أحدث أقدم