{{ date }}
{{ time }}
DIGITAL CLOCK BY TIMESASSAM.COM
Telegram Channel:Join Now
Whatsapp Update:Join Now

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি


ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।  সন্ধিয়া ৬.১৭ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভূমিকম্পৰ জোকাৰণি। ৫.১ ৰিখটাৰ স্কেলৰ আছিল ভূমিকম্পটো। ভূমিকম্পটোৰ অভিকেন্দ্ৰ গুৱাহাটীৰ পৰা ৮৬ কিঃ মিঃ পশ্চিম দিশত। এই মুহূৰ্তলৈকে অহা নাই কোনো ক্ষয় ক্ষতিৰ বাতৰি।
Previous Post Next Post