-->

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি


ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।  সন্ধিয়া ৬.১৭ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভূমিকম্পৰ জোকাৰণি। ৫.১ ৰিখটাৰ স্কেলৰ আছিল ভূমিকম্পটো। ভূমিকম্পটোৰ অভিকেন্দ্ৰ গুৱাহাটীৰ পৰা ৮৬ কিঃ মিঃ পশ্চিম দিশত। এই মুহূৰ্তলৈকে অহা নাই কোনো ক্ষয় ক্ষতিৰ বাতৰি।

Iklan Atas Artikel

Iklan Tengah Artikel 1

fff

Iklan Bawah Artikel