-->

Trending Jobs

     Telegram Update:Join Now
     Whatsapp Update:Join Now
     Android Application:Download

এপ্ৰিলৰ পৰা বহু কেইটা বিভাগত ‘Bumper Vacancies’ লগতে বৃদ্ধি কৰা হ’ব কৰ্মচাৰীৰো দৰমহা |


আগন্তুক  বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। এই শিতানত কেন্দ্ৰীয় চৰকাৰে ১০ হাজাৰ কোটি টকা বৃদ্ধি কৰিব বুলি অনুমান কৰা হৈছে।

জানিব পৰা মতে, ২০২১ চনৰ মাৰ্চ মাহলৈকে কেন্দ্ৰীয় চৰকাৰে  কৰ্মচাৰীৰ সংখ্যা ৩৫,৩৫,৩৮৮ লৈকে বৃদ্ধি কৰিব। ফলত আগন্তুক বিত্তীয় বৰ্ষত চৰকাৰে ২৪,৪৭৭গৰাকী নতুন কৰ্মচাৰী নিয়োগ কৰিব কেন্দ্ৰীয় চৰকাৰৰ অধিনস্থ বিভিন্ন বিভাগত। তথ্য মতে, ভাৰতীয় ৰে’ল সেৱা, আৰক্ষী বিভাগ, ডাক বিভাগত বৃদ্ধি কৰিব কৰ্মচাৰীৰ সংখ্যা। সেইদৰে আগন্তুক বিত্তীয় বৰ্ষৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিবলৈও চৰকাৰে সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।

Iklan Atas Artikel

---

Iklan Tengah Artikel 1

Post Middle Ad 02( Adsense )

Iklan Bawah Artikel