বিশ্ব কঁপোৱা নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ বিৰুদ্ধে পুনৰ জাৰি কৰা হ’ল ডেথ ৱাৰেণ্ট। আজি দোষীৰ নতুন ডেথ ৱাৰেণ্ট জাৰি কৰা গোচৰৰ শুনানি গ্ৰহণ কৰে ট্ৰায়েল ক’ৰ্টে। আদালতে ৩ মাৰ্চৰ পুৱা ৬ বজাত চাৰিওজন দোষীক ফাঁচি দিয়াৰ ঘোষণা কৰে। খবৰ অনুসৰি, দোষী বিনয় শৰ্মা আমৰণ অনশনত আছে। আদালতে তিহাৰ জে’লৰ অধীক্ষকক নিয়ম অনুসৰি দোষীক চোৱাচিতাৰ নিৰ্দেশ দিছে।