চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰ পৰা সপ্তাহত কৰিব লাগিব ৫ দিন কাম


    কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে সপ্তাহত মাত্ৰ পাঁচ দিনহে কাম–কাজ লাগিব। দেওবাৰৰ লগতে শনিবাৰেও কৰ্মচাৰীয়ে লাভ কৰিব ছুটি। মাহৰ দ্বিতীয় আৰু চতুৰ্থ সপ্তাহতে বন্ধ থাকে চৰকাৰী কাৰ্যালয়। কিন্তু এতিয়া মাহৰ প্ৰতিটো শনিবাৰেই বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। ইতিমধ্যে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে এই সিদ্ধান্তক।

    কিন্তু এই সিদ্ধান্ত অসমৰ বাবে নহয়। মহাৰাষ্ট্ৰ চৰকাৰেহে লৈছে এই সিদ্ধান্ত।
    أحدث أقدم