{{ date }}
{{ time }}
DIGITAL CLOCK BY TIMESASSAM.COM
Telegram Channel:Join Now
Whatsapp Update:Join Now

দিল্লীত পাৰিবনে চৰকাৰ গঠন কৰিব বিজেপিয়ে ? কি ক’লে ৰণজিত দাসে


মই দিল্লীৰ ৭ টা মান সমষ্টিত বিজেপিৰ হৈ প্ৰচাৰ চলাইছিলো, তাত আমাৰ ফলাফল ভালতকৈয়ো ভাল হ’ব" সংবাদ মেলত এই মন্তব্য ৰাজ্যিক সভাপতি ৰণজিত দাসৰ।


কিন্তু দিল্লীত বিজেপিয়ে গঠন কৰিব বুলি এবাৰলৈও কবলৈ যেন সাহস নকৰিলে ৰঞ্জিত দাসে। তাৰ পৰিৱৰ্তে বৰ্তমান থকা তিনিজন বিধায়কৰ পৰা কেইখনমান আসন বৃদ্ধি পোৱাৰ ইংগিতহে দিলে।


দ্ধিতীয়টো কাৰ্য্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত শনিবাৰে প্ৰথমবাৰলৈ সংবাদ মেল সম্বোধন কৰে ৰণজিত দাসে। অসমক দেশৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি কৈ গ্ৰেপ্তাৰ হোৱা শ্বাৰ্জিল ইমামক অসমলৈ আনি তদন্ত কৰিব লাগে বুলি সংবাদ মেলত কয় ৰণজিত দাসে।
Previous Post Next Post