হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰো - বিজেপিৰ কোন গৰাকী বিজয়ী প্ৰাৰ্থীয়ে কলে ?
May 03, 2021
Add Comment
হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে লক্ষীপুৰৰ বিজেপিৰ বিজয়ী প্ৰাৰ্থী কৌশিক ৰায়ে। জয়লাভ কৰাৰ পিছতে নিউজ–১৮ৰে হোৱা সাক্ষাৎকাৰত কৌশিক ৰায়ে এই কথা ব্যক্ত কৰে।
ইফালে, ঢকুৱাখনাত বিজেপিৰ নৱ কুমাৰ দলে বিজয়ী হৈছে। ৰাতাবাৰীত বিজেপিৰ বিজয় মালাকৰ, বৰখলাত কংগ্ৰেছৰ মিছবাউল ইছলাম লস্কৰ জয়ী হৈছে। বৰছলাত বিজয়ী বিজেপিৰ গণেশ লিম্বু।
ইফালে পশ্চিম গুৱাহাটী সমষ্টিত জয়লাভ কৰিছে অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা। কংগ্ৰেছৰ মীৰা বৰঠাকুৰক ৭৭,৭৯৫টা ভোটত পৰাস্ত কৰে কলিতাই।
0 Response to "হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰো - বিজেপিৰ কোন গৰাকী বিজয়ী প্ৰাৰ্থীয়ে কলে ?"
Post a Comment