{{ date }}
{{ time }}
DIGITAL CLOCK BY TIMESASSAM.COM
Telegram Channel:Join Now
Whatsapp Update:Join Now

লকডাউনৰ অবিহনে কোৰোনা ৰোধ কৰা অসম্ভৱ - কি কলে উচ্চতম ন্যায়ালয়ে ?

লকডাউনৰ অবিহনে কোৰোনা ৰোধ কৰা অসম্ভৱ
কি কলে উচ্চতম ন্যায়ালয়ে ?

  1. কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক লকডাউনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ।
  2. ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় বিচাৰপীঠে প্ৰদান কৰিছে এই পৰামৰ্শ।
  3. লকডাউন অবিহনে কোভিড ৰোধ কৰা অসম্ভৱ বুলি মন্তব্য ন্যায়ালয়ৰ।
  4. কিন্তু লকডাউনে দেশৰ অৰ্থনীতিকো ক্ষতিগ্ৰস্ত কৰিব বুলি পৰামৰ্শ প্ৰদান কৰিছে।
  5. এইক্ষেত্ৰত আগতীয়াকৈ পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ ন্যায়ালয়ৰ।
Previous Post Next Post