অসম চৰকাৰ উচ্চতৰ শিক্ষা কাৰিকৰী শিক্ষাৰ সঞ্চালকত মুকলি চাকৰি । অৰ্হতা - অষ্টম মান । খালী পদ -৫৫ টা

Notification

অসম চৰকাৰ উচ্চতৰ শিক্ষা কাৰিকৰী শিক্ষাৰ সঞ্চালকত শেহতীয়াকৈ মুকলি হৈছে কেইবাটাও ফৰ্থ গ্ৰেডৰ চাকৰি । যিহেতু চৰকাৰী চাকৰি পোৱাটো আজিৰ দিনত তেনেই কঠিন হৈ পৰিছে তাৰ মাজতেই কেৱল অষ্টম মান উৰ্ত্তীণ হ'লেই চৰকাৰী চাকৰি পোৱাৰ আশা দেখা গৈছে । আবেদন প্ৰক্ৰিয়া হব অনলাইন । আজি আমি আপোনাক জনাম কিদৰে কত কেনেকৈ আবেদন কৰিব পাৰিব।

খালী হোৱা পদৰ নাম-
গ্ৰড ফৰ ।

চাকৰিৰ স্থান -
তিনচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি আৰু হাইলাকান্দি ।
লগতে পঢ়ক - চেন্ট্ৰেল গভমেন্টত ১৩৫৫ টা চাকৰি মুকলি । অৰ্হতা- দশম মান


খালী হোৱা পদৰ সংখ্য়া -
৫৫ টা

শিক্ষাগত অৰ্হতা
৮ম মান উৰ্ত্তীণ ।

খালী পদৰ নাম -
  • খালী পদৰ নামসমূহ হৈছে -
  • অফিচ বিয়াৰাৰ
  • পিয়ন
  • মালি
  • চকিদাৰ 
  • ৱৰ্কচপ ৱৰ্কাৰ
বয়স -
১৮ ৰ পৰা ৩৮ বছৰ

আবেদন ফিজ -
আবেদনৰ বাবে কোনো মাচুল নালাগে ।


কিদৰে নিৰ্বাচন কৰা হব-
আবেদনকাৰী প্ৰাৰ্থীসকলৰ এটা লিখিত পৰীক্ষা অনুষ্ঠিত হব ।সেই পৰীক্ষাত উৰ্ত্তীণসকল চাকৰি লাভ কৰিব ।লিখিত পৰীক্ষাৰ বিষয়ে ৱেৱচাইত আৰু বাতৰি কাকতত প্ৰকাশ কৰা হব ।
লগতে পঢ়ক - অসম পুলিচৰ ১২৮৩ টা পদত কনিষ্টবলৰ নিযুক্তি । অৰ্হতা ১২ পাছ

আবেদনৰ অন্তিম দিন -
20 মাৰ্চ, 2020

কিদৰে আবেদন কৰিব-
ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব ।
১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।
আবেদন আৰম্ভ হব ২৯ ফেব্ৰুৱাৰী, ২০২০ ৰ পৰা । সবিশেষ জানিবলৈ আমাক ফেচবুকত মেছেজ কৰক । মেছেজ কৰিবলৈ ইয়াত ক্লিক কৰক ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -ClickHere
অনলাইন আবেদনৰ বাবে ক্লিক কৰক - ClickHere (29 Feb, 2020)
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download