চেন্ট্ৰেল গভমেন্টত ১৩৫৫ টা চাকৰি মুকলি । অৰ্হতা- দশম মান আৰু হায়াৰ ছেকেণ্ডেৰী

Notification

চেন্ট্ৰেল গভমেন্ট চাকৰি কৰাৰ সপোন বহুতৰে থাকে । কাৰণ ষ্টেট গভমেন্টৰ চাকৰিতকৈ চেন্ট্ৰেল গভমেন্টৰ চাকৰিত বহুধৰণৰ সাসুবিধা পোৱা যায় । শেহতীয়াকৈ চেন্ট্ৰেল গভমেন্টৰ কিছু চাকৰি মুকলি হৈছে । সুখৰ বিষয় এই যে মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডৰী পাছ সকলেও আবেদন কৰিব লাগিব । Staff Selection Commission য়ে শেহতীয়াকৈ মুকলি কৰা চাকৰিৰ এই বিজ্ঞাপনৰ বিষয়ে আজি আমি আলোচনা কৰিম লগতে আপোনাক জনাম কিদৰে এই খালী হোৱা পদসমূহত আবেদন কৰিব পাৰিব।

whatsapp Group: ClickHere

খালী পদৰ নাম:
কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠানত তলত দিয়া পদসমূহ খালী হৈছে । খালী পদৰ নামসমূহ হৈছে।

পদ:
  ১৩৫৫ টা  

A)দশম মান উৰ্ত্তীণৰ বাবে:

  • Technical Operator 
  • Library Clerk 
  • Office Attendant 
  • Field Cum Laboratory Attendant
  • Field Attendant
  • Sanitary Inspector 
  • Photographer 
  • Compositor 
  • Photo Artist 
  • Senior Projectionist
  • Binder Boiler Attendant 
  • Workshop Attendant 
  • Driver Cum Mechanic 
  • Nursing Orderly


B)হায়াৰ ছেকেণ্ডেৰী উৰ্ত্তীণৰ বাবে:

  • Lab Assistant (Geology) Gr III 
  • Fumigation Assistant
  • Laboratory Attendant 
  • Laboratory Assistant 
  • Laboratory Technician 
  • Clerk 
  • Senior Surveyor 
  • Carpenter Cum Artist 
  • Receptionist/ Ticketing Assistant 
  • Offset Machineman 
  • Technical Clerk 
  • Preservation Assistant 
  • Sr. Conservation Assistant 
  • Data Entry Operator Grade - A 
  • Store Keeper 
  • Laboratory Assistant Grade - III 
  • Photo Assistant
  •  Library Attendant 
  • Stockman Assistant 
  • Store Keeper 
  • Mechanic 
  • Agriculture Fieldman

বয়স:
বিজ্ঞাপন অনুসৰি নূন্য়তম বসয় হৈছে ১৮ বছৰ । আৰু উৰ্ধতম বয়স ২৫/২৮ বছৰ । এছচি, এছটিৰ বাবে ৫ বছৰ আৰু অবিচিৰ বাবে ৩ বছৰ ৰেহায় দিয়া হৈছে ।

আবেদন ফিজ:
অনলাইন আবেদনকাৰীসকলে আবেদনৰ ফিজ দিব লাগিব । অৱশ্যে মহিলা প্ৰাৰ্থী আৰু SC/ ST/ PWD প্ৰাৰ্থীয়ে কোনো ফিজ দিব নালাগে । আবেদন ফিজ হৈছে ১০০ টকা মাত্ৰ ।
লগতে পঢ়ক - অষ্টম মান উৰ্ত্তীণ হ'লেই চৰকাৰী ফৰ্থ গ্ৰেডৰ চাকৰি

কিদৰে আবেদন কৰিব:
ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব ।
অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
অনলাইন আবেদন কৰোতে আপুনি আপোনাৰ নথি পত্ৰ আপলোড কৰিব লাগিব ।

  1. অনলাইন আবেদন আৰম্ভ- 21st February 
  2. 2020অনলাইন আবেদন শেষ- 20th March 2020
  3. ৰিচিপ্ট উলোৱাৰ অন্তিম দিন- 20th March 2020
  4. অনলাইন পেমেন্টৰ অন্তিম দিন- 23rd March 2020
  5. অফলাইন চালান ওলোৱাৰ অন্তিম দিন- 23rd March 2020
  6. চালানৰ যোগেদি পেমেন্টৰ অন্তিম দিন- 25th March 2020
  7. পৰীক্ষাৰ দিন- 10th June 2020 to 12th June 2020


বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক- ClickHere
অনলাইন আবেদনৰ বাবে ক্লিক কৰক- ClickHere
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download