উত্তৰ-পূবত কোৰোনাৰ প্ৰৱেশ - ইম্ফলৰ এগৰাকী যুৱতীৰ দেহত পোৱা গৈছে ভাইৰাছবিধৰ অৱস্থিতি….


➤ সাৱধান হওক! উত্তৰ পূব পালেহি কোৰোনা ভাইৰাছ।

➤ শেহতীয়াকৈ মণিপুৰৰ এগৰাকী যুৱতীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ অৱস্থিতি।

➤ যুৱতীগৰাকীৰ তেজৰ নমুনাত পোৱা গৈছে ভাইৰাছবিধৰ অৱস্থিতি।

➤ ইম্ফলৰ ২৩ বছৰীয়া যুৱতী গৰাকীক বৰ্তমান আছুতীয়াকৈ ৰখা হৈছে।

➤ লণ্ডনৰ পৰা কলকাতা আৰু তাৰ পৰা ইম্ফললৈ উভতিছিল যুৱতীগৰাকী।

➤ জে এন আই এম এছ মাইক্ৰ বায়লজী ডিপাৰ্টেমেন্টৰ ৰিৰ্পটত ওলাইছে পজিটিভ।

➤ অৱশ্যে ৰাজ্য চৰকাৰে এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download