আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…


➤ মঙলবাৰে (২৪ মাৰ্চ) নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

➤ টুইটাৰ যোগে এই কথা সদৰি কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।


➤ টুইটত তেওঁ লিখিছে, বৈশ্বিক মহামাৰী কোৰোনা ভাইৰাছৰ বদ্ধিত প্ৰকোপৰ সন্দৰ্ভত দেশবাসীৰ সৈতে কিছু গুৰুত্বপূৰ্ণ কথা পাতিম।

➤ উল্লেখ্য যে, দেশত অতি দ্ৰুতভাৱে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা।

➤ মঙলবাৰে এই সংখ্যা হৈছেগৈ ৫০৪ ।
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download