মঙলবাৰে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ মূল্য কিমান হব ?



► গুৱাহাটীত মঙলবাৰে পূৰ্বৰ তুলনাত হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

► মঙলবাৰে পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৭১.৬৫ টকা।

► গুৱাহাটীত মঙলবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৫.১০ টকা।

► সোমবাৰৰ তুলনাত ৩১ পইচা প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস পাইছে।

► সোমবাৰৰ তুলনাত ২৯ পইচা প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পাইছে।
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download